Posts

Showing posts from August, 2020

সৰু মানুহ ....কুলদীপ

Image
 আমিটো সৰু মানুহ / সৰু হৈয়ে থাকিম ...এটা rap songৰ জৰিয়তে চৰ্চাত এতিয়া Kuldeep । সম্পূৰ্ণ নাম কুলদীপ শইকীয়া । লখিমপুৰৰ যুৱকজন বৰ্তমান Biswanath College of Agricultureত পঢ়ি আছে ।

অমিত - সুপ্ৰিয়াৰ বিবাহ

Image
 বিবাহ পাশত আৱদ্ধ হয় অভিনেতা অমিত কুমাৰ বৰা আৰু সুপ্ৰিয়া বৰা । Lockdownৰ মাজতে বিবাহ কাৰ্য সম্পন্ন হয় দুয়োৰে ।