Posts

Showing posts from January, 2021

নীল আকাশৰ বিয়া

Image
  জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশৰ বিয়া । দীৰ্ঘদিনৰ প্ৰেমিকা নেনচি ফুকনৰ সৈতে বিবাহ পাশত আবদ্ব হ'ব জনপ্ৰিয় কন্ঠশিল্পীগৰাকী । অহা ২৮ ফেব্ৰুৱাৰীত নীল-নেনচিৰ বিয়া । নেনচিৰ ঘৰ মাৰ্ঘেৰিটাত । পেচাত এগৰাকী উকীল ।

কাৰ সৈতে বিয়াত বহিব বৰষাৰাণী ?

Image
 অসমীয়া বোলছবি জগতৰ মোহময়ীঅভিনেত্ৰী বিয়াত বহিব । এয়া কোনো চিনেমাৰ Shootingৰ কাহিনী নহয় । ৰিয়েল লাইফত বিয়াত বহিব বৰষাৰাণী । পিছে কোন হ'ব দৰা ? যোৰহাট নিবাসী ভাস্কৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব জনপ্ৰিয় অভিনেত্ৰীগৰাকী । ভাস্কৰ পেছাত এজন শিক্ষক । বৰষাৰ জন্মদিনৰ অনুষ্ঠানবোৰতো প্ৰায়েই দেখা গৈছিল ভাস্কৰক ।