কাৰ সৈতে বিয়াত বহিব বৰষাৰাণী ?


 অসমীয়া বোলছবি জগতৰ মোহময়ীঅভিনেত্ৰী বিয়াত বহিব । এয়া কোনো চিনেমাৰ Shootingৰ কাহিনী নহয় । ৰিয়েল লাইফত বিয়াত বহিব বৰষাৰাণী । পিছে কোন হ'ব দৰা ?


যোৰহাট নিবাসী ভাস্কৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব জনপ্ৰিয় অভিনেত্ৰীগৰাকী । ভাস্কৰ পেছাত এজন শিক্ষক । বৰষাৰ জন্মদিনৰ অনুষ্ঠানবোৰতো প্ৰায়েই দেখা গৈছিল ভাস্কৰক ।



Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা