আচুৰ্যৰ হোটেল চাওঁক

 অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। কন্ঠশিল্পী হোৱাৰ উপৰিও আচুৰ্যৰ আছে আন এক পৰিচয় । ব্যৱসায়ী হিচাপেও সফল আচুৰ্য। পিছে কিহৰ business কৰে আচুৰ্যই ?










     গোৱাত আছে আচুৰ্যৰ এখন বিলাসী হোটেল । গোৱাৰ Baga Beachৰ তীৰত আছে এই‌ হোটেল খন । থকাৰ সু-ব্যৱস্থা আছে হোটেলখনত ।হোটেল খনৰ নাম Emmanuel Baga Beach । North Goaত থকা হোটেলখনৰ পৰা Baga beach লৈ বেছি দূৰ নহয় । গানৰ shooting কৰিব গৈ গোৱাত ব্যৱসায় আৰম্ভ কৰিলে আচুৰ্যই ।


Comments

Popular posts from this blog

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা