নাহিদে বঁটাটো ঘূৰাই দিব !!

 গানটোৰ নামটো লিখোতে ভুল হ’ল, নাহিদে পুৰস্কাৰ ঘূৰাই দিব নালাগে-মন্ত্ৰী বিমল বৰা।                      নাহিদে পুৰস্কাৰটো ঘূৰাই দিব লাগে - মন্ত্ৰী পিযুষ হাজৰিকা ।                                                     পুৰস্কাৰটো নাহিদকেই দিয়া হৈছে -অধ্যক্ষ সীমান্ত শেখৰ কিবা এটা ভুল হৈছে : পৰিচালক মুন্না আহমেদ  ।    আমি একো নাজানো : বিচাৰক মণ্ডলী (জুৰী)  ।        মোৰ একো ভুল নাই,ভুল যদি হৈছে বিচাৰকৰ হৈছে - নাহিল আফ্ৰিন ।



এই সকলোবোৰ খেলিমেলিৰ অৱসান ঘটাই জুৰীৰ সদস্য বিশিষ্ট পৰিচালক চন্দ্ৰ মূদৈয়ে জনায় যে এই বঁটাটো নাহিদকে দিয়া হৈছিল। জুৰী বৰ্ডৰ ভুল হৈছিল । আমি ভুল স্বীকাৰ কৰিছো । এনেদৰে কয় পৰিচালক গৰাকীয়ে।


Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা