নীল আকাশৰ বিয়া

 


জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশৰ বিয়া । দীৰ্ঘদিনৰ প্ৰেমিকা নেনচি ফুকনৰ সৈতে বিবাহ পাশত আবদ্ব হ'ব জনপ্ৰিয় কন্ঠশিল্পীগৰাকী ।

অহা ২৮ ফেব্ৰুৱাৰীত নীল-নেনচিৰ বিয়া । নেনচিৰ ঘৰ মাৰ্ঘেৰিটাত । পেচাত এগৰাকী উকীল ।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা