Posts

Showing posts from July, 2021

জিলিকিল মিৰাবাই,উজলিল north east

Image
  টকিঅ অলিম্পিকত ভাৰতৰ প্ৰথমটো মেডেল (Silver) আজুৰি আনিলে উত্তৰ পূবৰ মীৰাবায়ে । Congratulations Mirabai Chanu 🥈 জয় হো 🇮🇳 মিৰাবাই হৈছে মণিপুৰৰ । #MirabaiChanu  #Weightlifting

পিতৃহাৰা হ'ল ভূষন

Image
জনপ্ৰিয় ইউটিউবাৰ ভূষন পাঠকৰ পিতৃৰ বিয়োগ হয় । পিতৃৰ বিয়োগ হোৱাত চছিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি কয় ---  " মোৰ দেউতা যোৱাকালি বৈকুণ্ঠগামী হয়" সাধাৰণতে পিতৃ  আৰু পুত্ৰৰ মাজত সীমাহীন মৰম থাকেই তথাপি পুত্ৰই বেছিভাগ কথা মাকৰ লগত শ্বেয়াৰ কৰা দেখা যায়, কিন্তু মোৰ কাৰনে মোৰ বাবাৰ লগত সকলো কথা শ্বেয়াৰ কৰা গৈছিল, মোৰ অতিকৈ ঘনিষ্ঠ আছিল, প্ৰতিটো সুখ দুখৰ কথা তেওঁৰ লগত শ্বেয়াৰ কৰিছিলো, যিসকলে দেখিছে বা লগ পাইছে তেওঁলোকে‌ জানে কিমান সহজ সৰল আছিল মোৰ দেউতা , মই গুৱাহাটীত থাকিলে অকল বাবাৰ লগত সদায় এবাৰত এক ডেৰ ঘন্টা কথা পাতো ফোনত বহুতে ভাৱে ইমান টাইম দেউতাকৰ লগত কি কথা পাতে, আচলতে বাবাই মোক সকলো কথাতে উৎসাহ দিছিল, যি কৰিম বুলি ভাৱো তাতে হয়ভৰ দি‌ আগবাঢ়িব কৈছিল, ইউটিউবৰ ক্ষেত্ৰতো বহুত বহুত উৎসাহ দি আহিছিল, যোৱা আঢ়ৈ  মাহ ঘৰতে থাকি তেওঁৰ চিকিৎসা কৰি আছিলো বিভিন্ন ডক্টৰৰ দ্বাৰাই, আচলতে তেওঁৰ ২০১২ মানৰ পৰাই বেমাৰ হৈ আছিল, ২০১৭ মানৰ পৰা অলপ বেছি হ'ল, নেদেখুৱা ডক্টৰ নাই চাগে , কেইদিনমান ভাল পায় আৰু অলপ বেয়া তেনেকৈ আছিল‌ বহুকেইবছৰ কিন্তু যোৱাকালি গ'লগৈ মোক আৰু মাক এৰি চিৰদিনলৈ, বাব