জিলিকিল মিৰাবাই,উজলিল north east Get link Facebook X Pinterest Email Other Apps - July 24, 2021 টকিঅ অলিম্পিকত ভাৰতৰ প্ৰথমটো মেডেল (Silver) আজুৰি আনিলে উত্তৰ পূবৰ মীৰাবায়ে ।Congratulations Mirabai Chanu 🥈জয় হো 🇮🇳মিৰাবাই হৈছে মণিপুৰৰ ।#MirabaiChanu #Weightlifting Get link Facebook X Pinterest Email Other Apps Comments
থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা - November 23, 2020 || এটা যুগৰ অৱসান || ◾১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাটৰ ৰঙামাটিত জন্মগ্ৰহণ কৰিছিল তৰুণ গগৈ। ◾দেউতাক ড০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰ চিকিৎসক। ◾মাতৃ উষা গগৈ আছিল প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী। ◾মাক-দেউতাকে মৰমতে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক। ◾২৬নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ কৰিছিল শিক্ষা জীৱন। ◾চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল যোৰহাট মাদ্ৰাছা স্কুলত। ◾ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল বাদুলিপাৰ চাহ বাগিচাৰ সমীপৰ ভোলাগুৰি হাইস্কুলত। ◾১৯৪৯ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছিল মেট্ৰিকত। ◾যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল গগৈয়ে। ◾গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও অৰ্জন কৰিছিল। ◾১৯৭২ৰ ৩০ জুলাইত ডলী গগৈৰ সৈতে তৰুণ গগৈয়ে আৰম্ভ কৰিছিল যুগ্ন জীৱন। ◾এম.বি.এ ডিগ্ৰীধাৰী কন্যা চন্দ্ৰিমা গগৈ, পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ। ◾বিধায়কৰূপে ১৯৯৬ত প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ◾২০০১ৰ পৰা ২০১৬লৈ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল। ◾৬ বাৰকৈ লোকসভাৰ সাংসদ আছিল তৰুণ গগৈ। ◾১৯৭১ৰ পৰা ১৯৮৫লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ◾১৯৯১ৰ পৰা ১৯৯৬লৈ Read more
আচুৰ্যৰ হোটেল চাওঁক - March 12, 2023 অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। কন্ঠশিল্পী হোৱাৰ উপৰিও আচুৰ্যৰ আছে আন এক পৰিচয় । ব্যৱসায়ী হিচাপেও সফল আচুৰ্য। পিছে কিহৰ business কৰে আচুৰ্যই ? গোৱাত আছে আচুৰ্যৰ এখন বিলাসী হোটেল । গোৱাৰ Baga Beachৰ তীৰত আছে এই হোটেল খন । থকাৰ সু-ব্যৱস্থা আছে হোটেলখনত ।হোটেল খনৰ নাম Emmanuel Baga Beach । North Goaত থকা হোটেলখনৰ পৰা Baga beach লৈ বেছি দূৰ নহয় । গানৰ shooting কৰিব গৈ গোৱাত ব্যৱসায় আৰম্ভ কৰিলে আচুৰ্যই । Read more
ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে নাগালেণ্ডৰ জীয়ৰী জেচিকা স্ন'কে - September 01, 2020 উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে নাগালেণ্ডৰ জীয়ৰী জেচিকা স্ন'কে । জেচিকা স্ন'কক নিযুক্তি দিয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আহি থকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা উপদেষ্টা মণ্ডলৰ এছিয়া মহাদেশৰ উপ উপদেষ্টা পদত । ৰিপাব্লিকান নেছনেল কমিটিৰ অধীনত জেচিকা স্ন'কক অধ্যাপক ফিলিফ যাদৱে উক্ত পদত মনোনীত কৰে । ৩৩ বছৰীয়া নাগালেণ্ডৰ জেচিকা স্ন'কে ২০১৯চনত মিছ ইউনাইটেড নেছন'ৰ খিতাপ জয় কৰিছিল । সংবাদ মাধ্যমৰ সৈতে হোৱা এটি বাৰ্তালাপত জেচিকা স্ন'কে কয় এতিয়া তেওঁ সমাজত নাৰীৰ অধিকাৰ হকে মাত মাতিব । মন্ত্ৰী জিতেন্দ্ৰ সিংয়ে জেচিকা স্ন'কক অভিনন্দন জনাই কয় যে এয়া নাগালেণ্ডৰ বাবে এটা সন্মান আৰু গৌৰৱৰ বিষয় । Read more
Comments
Post a Comment