Posts

Showing posts from October, 2021

ইউটিউবাৰ দিম্পু বৰুৱাৰ দূৰ্ঘটনা,

Image
 জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱাৰ দূৰ্ঘটনা ।  কলকাতাৰ পূজা অসমবাসীক দেখুওৱাবৰ বাবে কলকাতাত গৈ ভিডিঅ' বনোৱা ইউটিউবাৰ দিম্পু বৰুৱা পিছলি পৰি হাতত আঘাত পায় । তেওঁ জনোৱা মতে এখন হাত ভাঙিছে । তেওঁৰ ফলৱাৰ সকলে সোনকালে ঠিক হৈ উঠাৰ প্ৰাৰ্থনা কৰিছে ।

প্ৰাইজমানি কিমান পালে ফ্লৰিনাই ?

Image
  Sony TVৰ ছুপাৰ ডেন্সাৰ 4ত জিলিকিল অসমৰ এগৰাকী কন্যা । যোৰহাটৰ ফ্লৰিনা গগৈয়ে আজুৰি আনিলে বিজয়ৰ খিতাপ । লাভ কৰিলে 15লাখৰ চেক,এটা ট্ৰফি । ফ্লৰিনাই তেওঁক ভোট দিয়া ৰাইজক ধন্যবাদ দিয়াৰ লগতে ডেন্সৰ সহযোগী টুষাৰ ছাৰ্ক ধন্যবাদ জনায় ।

বিশিষ্ট সংগীতশিল্পী দ্বীপেন বৰুৱাৰ সহধৰ্মিনী চৈয়দা জ্যোৎস্না ৰহমানৰ দেহাৱসান

Image
  বিশিষ্ট সংগীতশিল্পী দ্বীপেন বৰুৱাৰ সহধৰ্মিনী চৈয়দা জ্যোৎস্না ৰহমানৰ দেহাৱসান । #আকস্মিকভাৱে শেষ নিশ্বাস ত্যাগ চৈয়দা জ্যোৎস্না ৰহমানৰ #সামান্যভাৱে অসুস্থ হৈ আছিল দ্বীপেন বৰুৱাৰ পত্নী #লতাশিলৰ দ্বীপেন বৰুৱাৰ ঘৰতে দেহাৱসান জ্যোৎস্নাৰ #বাথৰুমলৈ যাওঁতে আকস্মিকভাৱে মৃত্যুক সাৱটিলে জ্যোৎস্নাই #৬১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ জ্যোৎস্না ৰহমানৰ