বিশিষ্ট সংগীতশিল্পী দ্বীপেন বৰুৱাৰ সহধৰ্মিনী চৈয়দা জ্যোৎস্না ৰহমানৰ দেহাৱসান

 

বিশিষ্ট সংগীতশিল্পী দ্বীপেন বৰুৱাৰ সহধৰ্মিনী চৈয়দা জ্যোৎস্না ৰহমানৰ দেহাৱসান ।

#আকস্মিকভাৱে শেষ নিশ্বাস ত্যাগ চৈয়দা জ্যোৎস্না ৰহমানৰ

#সামান্যভাৱে অসুস্থ হৈ আছিল দ্বীপেন বৰুৱাৰ পত্নী

#লতাশিলৰ দ্বীপেন বৰুৱাৰ ঘৰতে দেহাৱসান জ্যোৎস্নাৰ

#বাথৰুমলৈ যাওঁতে আকস্মিকভাৱে মৃত্যুক সাৱটিলে জ্যোৎস্নাই

#৬১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ জ্যোৎস্না ৰহমানৰ

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা