ইউটিউবাৰ দিম্পু বৰুৱাৰ দূৰ্ঘটনা,

 জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱাৰ দূৰ্ঘটনা ।




 কলকাতাৰ পূজা অসমবাসীক দেখুওৱাবৰ বাবে কলকাতাত গৈ ভিডিঅ' বনোৱা ইউটিউবাৰ দিম্পু বৰুৱা পিছলি পৰি হাতত আঘাত পায় । তেওঁ জনোৱা মতে এখন হাত ভাঙিছে । তেওঁৰ ফলৱাৰ সকলে সোনকালে ঠিক হৈ উঠাৰ প্ৰাৰ্থনা কৰিছে ।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা