Posts

Showing posts from June, 2022

বিধায়কক ধমক দিয়াই কাল হ'ল নেকি জোনমণিৰ ?

Image
 ৰাজনৈতিক ষড়যন্ৰৰ স্বীকাৰ হ'ল নেকি SI জোনমণি ৰাভা । বিধায়ক অমিয় কুমাৰ ভূঞাক নীতিশিক্ষাৰ পাঠ শিকোৱা জোনমণি ৰাভা এতিয়া ৰঙাঘৰৰ আলহী ।  জোনমণি ৰাভাৰ দুটাকৈ বেংক একাউন্টত 20লাখৰো অধিক টকা কেনেকৈ সোমাল ? তাৰ সঠিক উত্তৰ দিব নোৱাৰিলে জোনমণিয়ে । জোনমণিয়ে তেওঁ হ'বলগীয়া স্বামী ৰাণা পগাগক বিশ্বাস কৰাৰ ফলতেই এই অৱস্থা হ'ল বুলি জনায় । চাকৰি হেৰুৱাৰ লগতে গ্ৰেপ্তাৰ হয় জোনমণি । কিছু ৰহস্যজনক হৈ পৰা এই ঘটনাৰ কি সচা কি মিছা সময়ত সকলো পোহৰলৈ আহিব ।

হাস্পতালত জুবলী

Image
  জুবিলী বৰুৱা বৰ্তমান অসুস্থ । যোৱা পাঁচ দিন ধৰি গুৱাহাটীৰ হেলথ্ চিটিত চিকিৎসাধীন হৈ আছে । নিউমুনিয়া ৰোগত আক্ৰান্ত জুবিলী । আগতকৈ কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে ।