বিধায়কক ধমক দিয়াই কাল হ'ল নেকি জোনমণিৰ ?



 ৰাজনৈতিক ষড়যন্ৰৰ স্বীকাৰ হ'ল নেকি SI জোনমণি ৰাভা । বিধায়ক অমিয় কুমাৰ ভূঞাক নীতিশিক্ষাৰ পাঠ শিকোৱা জোনমণি ৰাভা এতিয়া ৰঙাঘৰৰ আলহী । 

জোনমণি ৰাভাৰ দুটাকৈ বেংক একাউন্টত 20লাখৰো অধিক টকা কেনেকৈ সোমাল ? তাৰ সঠিক উত্তৰ দিব নোৱাৰিলে জোনমণিয়ে । জোনমণিয়ে তেওঁ হ'বলগীয়া স্বামী ৰাণা পগাগক বিশ্বাস কৰাৰ ফলতেই এই অৱস্থা হ'ল বুলি জনায় । চাকৰি হেৰুৱাৰ লগতে গ্ৰেপ্তাৰ হয় জোনমণি ।

কিছু ৰহস্যজনক হৈ পৰা এই ঘটনাৰ কি সচা কি মিছা সময়ত সকলো পোহৰলৈ আহিব ।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা