হাস্পতালত জুবলী

 


জুবিলী বৰুৱা বৰ্তমান অসুস্থ । যোৱা পাঁচ দিন ধৰি গুৱাহাটীৰ হেলথ্ চিটিত চিকিৎসাধীন হৈ আছে । নিউমুনিয়া ৰোগত আক্ৰান্ত জুবিলী । আগতকৈ কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে ।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা