Bismoi l Assamese Monthly Magazine l

Bismoi l Assamese Monthly Magazine l

এক বৰ্ণিল যুগৰ অৱসান। ৫১ বছৰীয়া এক যাত্ৰাৰ যেন কৰুণ সমাপ্তি। অসমৰ লক্ষজনৰ হৃদয় কঁপোৱা খবৰ। বন্ধ হোৱাৰ পথত বিস্ময়। ৫টা দশকৰ অসমীয়াৰ সংগী সেই বিস্ময়। জুন সংখ্যাৰ সম্পাদকীয়ত এই মৰ্মান্তিক বাৰ্তা। পিছে আমি জীয়াই ৰাখিব পাৰো হেপাঁহৰ আলোচনীখনক । কিন্ত কেনেকৈ শিল্পী মানস ৰবীনে দিছে সমিধান ।
বিস্ময়ৰ সম্পাদক শশী ফুকন ।

তিনি কৌটি পঞ্চাশ লাখ মানুহৰ মাজৰ পৰা 
মাত্ৰ দুহেজাৰ জন মানুহ আগবাঢ়ি আহিব লাগে , আমাৰ মৰমৰ 'বিস্ময়' খনক জীয়াই ৰাখিবলৈ । 
       আজিৰ তাৰিখত আমি অসমীয়া জাতিটো ইমানো নিশকতীয়া হৈ যোৱা নাই নিশ্চয় । আমি পাৰিম আৰু আমি পাৰিবই লাগিব । 
        ৰাইজ , আগবাঢ়ি অহক ,  'বিস্ময়'ৰ এবছৰীয়া গ্ৰাহকহৈ 'বিস্ময়' খনৰ লগতে পঞ্চাশ বছৰীয়া অসমীয়া আবেগ আৰু ঐতিহ্য এটাক জীয়াই ৰাখাৰ যুজঁখনত সহযোগ কৰক ।। ধন্যবাদ ।।




Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা