দুটি মনৰ জোনাক

Rang Channelযোগে telecast হৈ থকা এখন জনপ্ৰিয় ধাৰাবাহিক *দুটি মনৰ জোনাক* । ধাৰাবাহিক এটি ৰোমাণ্টিক যুটি বিক্ৰম আৰু কস্তৰি কোন হয় জানেনে ?? 


‌বিক্ৰমৰ চৰিত্ৰ ৰূপায়ণ কৰিছে কমল লোচন ডেকাই । তেওঁ National School Of Drama(NSD)ৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত অভিনেতা । অভিনয়ত যেন Southৰ তাৰকা সুলভ অভিনয় । Cotton College পঢ়ি থকা দিনৰে পৰা অভিনয়ৰ লগত জড়িত ।


‌Hometown - Guwahati
‌Music Album -Katha Eti Kou Ne, Anubhab Mur , Dhere Dhere etc.
‌কেইবাখনো Short Films তো অভিনয় কৰিছে ।
‌First Assamese Feature Film - Saya.


‌ কস্তৰিৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে উপাসনা প্ৰিয়মে । তেওঁ পাঠশালাৰ জীয়ৰী ।
‌Hometown - Pathsala
Music Album - Jun Junali , Jai Boi Jai.
‌Short Films & Cover Songs ত অভিনয় কৰিছিল ।



Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা