দুৰ্ঘটনাত পতিত কন্ঠশিল্পী ৰূপম ভূঞা



জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা  গুৰুতৰ ভাবে আহত। মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় শিল্পীগৰাকী।  মুখ আৰু মূৰত গুৰুতৰ ভাবে আঘাত পোৱা ৰূপম ভূঞাক সংকটজনক অৱস্থাত মহানগৰীৰ হায়াত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, কণ্ঠশিল্পীগৰাকীৰ মুখৰ কেইবা ঠাইতো চিলাই পৰিছে।
উল্লেখযোগ্য যে, যোৱা বছৰ ৰূপম ভূঞাই হেৰুৱাইছিল নিজৰ পত্নীক। দ্বিতীয়টো সন্তান জন্ম হোৱাৰ পিছতে দুৰ্ভাগ্যজনক ভাবে মৃত্যুক সাৱটি লৈছিল ৰূপম ভূঞাৰ পত্নীয়ে।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা