সুৰাপান আৰু ডায়েবেটিছ ৰোগী



 সুৰা পানৰ ফলত ডায়েবেটিক ৰোগীৰ শৰ্কৰাহাইপোগ্লাইচেমিয়া কমি যাব পাৰে ।


সুৰা সেৱনে আপোনাৰ যকৃতৰ ক্ষতি কৰিব পাৰে। যকৃতে গ্লুকোজ বিপাকত এক গুৰুত্বপূৰ্ণ অংশ গ্ৰহণ কৰে আৰু ক্ষতিগ্ৰস্ত যকৃতে আপোনাৰ ডায়েবেটিচ প্ৰভাৱিত কৰিব পাৰে । 


সুৰাই আপোনাৰ ঔষধৰ সৈতে আন্তক্ৰিয়া কৰিব পাৰে ।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা