বিহুসম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ বিয়োগ



 বিহুসম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ বিয়োগ ।

২০০১ চনত বিহুসম্ৰাজ্ঞীৰ সন্মান পোৱা মৌচুমী শইকীয়াৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি।


তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।


                                 

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা