বিশিষ্ট কথাশিল্পী, স্বনামধন্য সাহিত্যিক, জেষ্ঠ্য সাংবাদিক হোমেন বৰগোহাঞি ক’ভিড ১৯ ত আক্ৰান্ত



 বিশিষ্ট কথাশিল্পী, স্বনামধন্য সাহিত্যিক, জেষ্ঠ্য সাংবাদিক হোমেন বৰগোহাঞি ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে ।

শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰা পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

আনহাতে কণ্ঠশিল্পী জুবলীও কভিডত আক্ৰান্ত হৈছে। চৰ্দি আৰু কম-বেছি পৰিমাণে জ্বৰ হৈ আছিল জুবলীৰ। শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰে। বৰ্তমান জুবলী হোম আইছলেশ্যনতে আছে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা