গ্ৰাম‍্যানুভূতি


দিকপল দাৰ আটক ধুনীয়া ঘৰটো। এটা মিউজিয়ামতকৈ কোনো গুনে কম নহয়। গ্ৰাম‍্য সমাজৰ এক সুন্দৰ পৰিৱেশৰ আৱেষ্টনিৰ আৰ্হিত সজ্জিত এই ঘৰটোত সঞ্চিত হৈ আছে বহু পুৰণি গ্ৰাম্য অঞ্চলত ব‍্যৱ‌হৃত লুপ্তপ্ৰায় সামগ্ৰী। Neelim Mahanta দাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা দেৱালৰ ৰঙীন তুলিকাবোৰে ঘৰটো আৰু অধিক আকৰ্ষিত কৰি তোলে।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা