আইমী বৰুৱালৈ ৰাষ্ট্ৰীয় সন্মান

 


অসমৰ মহামাৰী কভিড পৰিস্থিতিৰ মাজতে আইমী বৰুৱাই ৰাজ্যবাসীলৈ সুখৰ খৱৰ কঢ়িয়াই আনিছে। অভিনেত্ৰী আইমী বৰুৱাক তেগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথম ডিমাচা ভাষাৰ চলচ্চিত্ৰ 'চেমখোৰ'ৰ বাবে 'শ্ৰেষ্ঠ আখ্যান', 'শ্ৰেষ্ঠ মহিলা চলচ্চিত্ৰ' বঁটাৰে সম্বৰ্ধনা জনোৱা হয় আৰু লগতে চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱাক 'শ্ৰেষ্ঠ আত্মপ্ৰকাশ চলচ্চিত্ৰ নিৰ্মাতা' হিচাপেও স্বীকৃতি প্ৰদান কৰা হয়। আইমী বৰুৱাই নায়িকাৰ চৰিত্ৰত অভিনয় কৰা ছবিখনত ডিমাচা জনজাতিৰ লোকসকলৰ জীৱনৰ ওপৰত নিৰ্মান কৰা হৈছিল।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা