নন্দিতা গ'লগৈ

 


অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই। ডিব্ৰুগড়ৰ Brahmaputra চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে মৰিধল কলেজৰ স্নাতক 5th Sem ৰ ছাত্ৰী নন্দিতাই।


কিছুদিন পূৰ্বে মৰিধল কলেজৰ লাইব্ৰেৰী বিয়েৰাৰ ৰিন্তু শৰ্মাই ধেমাজিৰ বাছ আস্থানৰ সমীপত দাৰে প্ৰহাৰ কৰিছিল নন্দিতা আৰু কাশ্মিৰা‌ দত্তক। শনিবাৰে সংঘটিত হৈছিল এই বৰ্বৰ ঘটনা। জানিব পৰা মতে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই এই আক্ৰমণ‌ সংঘটিত কৰিছিল ৰিন্তু শৰ্মাই। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা