ভৃগু কাশ্যপৰ নতুন ব্যৱসায়


 অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু তেখেতৰ পত্নী প্ৰিয়মে মুকলি কৰিলে এখন বিউতি চেলুন , চছিয়েল মেডিয়াত এই কথা জনোৱাৰ লগতে ৰাইজক নিমন্ত্ৰণো জনায় । ঠিকনাটো হৈছে -
“STYLE STUFF UNISEX & FAMILY SALON”

ADDRESS :- NEAR SEWALI PATH, HATIGAON 
BESIDE MEDICITY.

Step In For ~ HAIR || BEAUTY || TATTOO || NAIL EXTENSION || BRIDAL & PARTY MAKE-UP || 

FOR DETAILS :- 9395535076





মুকলি অনুষ্ঠানত ভৃগুৰ বন্ধু তথা কন্ঠশিল্পী ৰাকেশ ৰিয়ান,তেখেতৰ পত্নী,ভৃগুৰ পিতৃ মাতৃ , অভিনেত্ৰী ডোলা পল উপস্হিত থাকে । সকলোৱে শুভকামনা জনায় ভৃগু কাশ্যপক ।


Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা