Posts

Showing posts from May, 2021

জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ মৃত্যু

Image
 জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ মৃত্যু ।  অসমীয়া ছবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ মৃত্যু।আজি পুৱা গুৱাহাটীৰ এপ’ল’ হাস্পাটালত তেওঁৰ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি,কালি দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত তেওঁক ততাতৈয়াকৈ এপ’ল’ হাস্পটালত ভৰ্ত্তি কৰোৱা হৈছিল।ইয়াৰ পাছতেই চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে আই চি ইউত ভৰ্তি কৰিছিল।কিন্তু আজি পুৱা পৰিচালকগৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে। ডাঃ বেজবৰুৱাত সহকাৰী পৰিচালক হিচাপে কাম কৰা দাৰা আহমেদে দেৱী,প্ৰতিদান,পূজা,যখিনী,ৰিক্সাৱালা, উৰ্বশী আদি ছবি পৰিচালনা কৰিছে ।

ব্লেক ফাংগাছৰ বিষয়ে জানো আহক

Image
 #Black_Fungus_কি_জাঁনো_আঁহক Black Fungus, একপ্ৰকাৰৰ ভেকুঁৰ যি সাধাৰণতে ৰুটি অথবা পাউৰুটি কেইবাদিনো থৈ দিয়াৰ ফলত দেখিবলৈ পোৱা যায়…ই সাধাৰণতে অতিপাত ভিজি থকা ঠাইত অথবা পানী নুশুকালে মানুহৰ গাতো হয় কিন্তু আমাৰ শৰীৰৰ ঘামে ইয়াকে নোহোৱা কৰে…ফলত মানৱ দেহত ই ইমান এটা ক্ষতি কৰিব নোৱাৰে।    বৰ্তমান ক'ৰণা সময়ত যিবোৰ ৰোগীৰ অৱস্হা অত্যাধিক সংকটজনক,তেওঁলোকক ICU ত অক্সিজেন দি ৰখাৰ ফলত তেওঁলোকৰ নাকৰ পৰা মুখৰ ঠাইখিনি অত্যন্ত ঠাণ্ডা হৈ থাকে আৰু ভিজি থাকে। ক'ৰণাৰ চিকিৎসা কৰিবলৈ ব্যৱহাৰ কৰা steroid ৰ অত্যাধিক ব্যৱহাৰৰ বাবে ই আক্ৰমণ কৰিবলৈ সুবিধা পাইছে।   এই বেমাৰটোৱে সকলোকে আক্ৰমণ নকৰে,যাৰ immune বহুত কম তেওঁলোককহে আক্ৰমণ কৰে…লগতে ক'ৰণা হ'লেও এই বেমাৰটো নহ'ব পাৰে,লগতে হ'লেও লগে লগে চিকিৎসা পালে ভাল হৈ যাব…কিন্তু যাৰ immune system বহুত দুৰ্বল,যেনে যাৰ অত্যাধিক চুগাৰ আছে অথবা প্ৰেচাৰ থাকে তেওঁলোকক বাবে এইটো ভয়ানক অথবা চিন্তনীয় বিষয়!! এই বেমাৰটো নাকেৰে শৰীৰত প্ৰৱেশ কৰিব পাৰে,প্ৰাথমিক অৱস্হাত নাকেৰে সামান্য মটীয়া ৰংৰ পানী ওলায়,লগতে নাকৰ ভিতৰত সৰু সৰু পানীজ্বলা নিচিনা হয়!!পিছত মুখলৈ যো

হোমেন বৰগোহাঞিৰ কিছু কথা

Image
  অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্র অসমবাসীৰ লগতে জন্মস্থান ঢ়কুৱাখনাতো শোকৰ ছাঁ পৰিছে৷ তেওঁৰ জন্ম হৈছিল ১৯৩২ চনত ঢ়কুৱাখনাৰ বালি গাঁৱত৷ পিতৃৰ নাম প্রয়াত ইন্দ্রধৰ বৰগোহাঞি আৰু মাতৃৰ নাম প্রয়াত আইতা বৰগোহাঞি৷ ১৯৪৩ চনত তেওঁ ঢ়কুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা উত্তীর্ণ হৈ প্রথমে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এবছৰ অধ্যয়ন কৰাৰ পাছতে ডিব্রুগড় চৰকাৰী ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি পাছত গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷ স্নাতক ডিগ্রী লাভ কৰাৰ পাছতে তেওঁ কেইদিনমানৰ বাবে ঢ়কুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল যদিও পাছত অসম লোকসেৱা পৰীক্ষাত উত্তীর্ণ হৈ এজন প্রশাসনিক বিষয়া হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল যদিও পাছত সেই চাকৰি বাদ দি সাংবাদিকতাৰ জীৱনকহে বাছি লয়৷ তেওঁ জন্মস্থান ঢ়কুৱাখনাৰ বালি গাঁও আৰু চাৰিকডী়য়া নৈৰ লগতে ম’হঘুলি চাপৰিৰ বিষয়ে বহু ৰচনাত লিপিবদ্ধ কৰি থৈ গৈছে৷ শৈশৱতে তেওঁক সকলোৱে বাপুকণ বুলি মাতিছিল৷ সেই বাপুকণ চৰিত্রটোৱেই তেওঁৰ বহু উপন্যাসত স্থান পাইছিল৷ শৈশৱৰ সেই বাপ
 গ্ৰাম‍্যানুভূতি দিকপল দাৰ আটক ধুনীয়া ঘৰটো। এটা মিউজিয়ামতকৈ কোনো গুনে কম নহয়। গ্ৰাম‍্য সমাজৰ এক সুন্দৰ পৰিৱেশৰ আৱেষ্টনিৰ আৰ্হিত সজ্জিত এই ঘৰটোত সঞ্চিত হৈ আছে বহু পুৰণি গ্ৰাম্য অঞ্চলত ব‍্যৱ‌হৃত লুপ্তপ্ৰায় সামগ্ৰী। Neelim Mahanta দাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা দেৱালৰ ৰঙীন তুলিকাবোৰে ঘৰটো আৰু অধিক আকৰ্ষিত কৰি তোলে।

হোমেন বৰগোহাঞি দেৱ আৰু নাই

Image
 বেয়া খবৰ । বিশিষ্ট সাহিত্যিক, কবি , গল্পকাৰ,সমালোচক, সাংবাদিক হোমেন বৰগোহাঞি  দেৱ আৰু নাই। আজি পুৱা ৬:৫৮ মিনিটত GNRCত শেষ নিশ্বাস ত্যাগ কৰে । 

নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

  অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা হ'ল ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম । ইয়াৰ লগে লগে উৎফুল্লিত হৈ পৰিছে বিজেপিৰ বহু সমৰ্থক আৰু অসমৰ জনতা । যোৱা ৭ টা দিনেই চলি থকা জল্পনা কল্পনাৰ অৱসান ঘটাই অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক প্ৰক্ষেপ কৰা হয় । হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনৰ পৰা ২০১৫ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ (আইএনচি) পৰা আৰু ২০১৬ চনৰ মে' মাহৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সদস্য হিচাপে জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি বিধান সভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন সদস্য, ডঃ শৰ্মাই ২৩ আগষ্ট ২০১৫ তাৰিখে বিজেপিত যোগদান কৰিছিল।  পুনৰ তেওঁ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল আৰু ২৪ মে' ২০১৬ ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।  বিজেপি নেতৃত্বই তেওঁক নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্স (নেডা)ৰ আহ্বায়ক হিচাপে নিযুক্ত কৰে যাৰ মুখ্য উদ্দেশ্য হৈছে উত্তৰ-পূবৰ সৰ্বাংগীন বিকাশ আৰু ৰাজ্য তথা কেন্দ্ৰৰ মাজত উত্তৰ পূৰ্বাঞ্চলৰ উন্নত সমন্বয় গঠন কৰা। হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হয় ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত গান্ধী বস্তি অঞ্চলত । তেওঁৰ পিতৃৰ নাম কৈলাশ

নতুন মুখ্যমন্ত্ৰী জনৰ বিষয়ে কিছু কথা

Image
 ডঃ হিমন্ত বিশ্ব শৰ্মা জন্ম : ১-২-১৯৬৯ চন যোৰহাট। পিতৃ : প্ৰয়াত কৈলাশ নাথ শৰ্মা । মাতৃ : শ্ৰী মৃণালিনী দেৱী। শিক্ষা-  স্কুল : ১৯৭৫ নতুন শৰণীয়া    প্ৰাথমিক বিদ্যালয় , গন্ধিবস্তি। কামৰূপ একাডেমী ১৯৭৯। ১৯৮৫ চনত মেট্ৰিক উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্ত্তি। ১৯৮৭ চনত  উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাবে লৈ কটন কলেজত নামভৰ্ত্তি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ  কটনৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ নিৰু হাজৰিকাৰ তত্বাৱধানত NORTH EASTERN COUNCIL : A STRUCTURAL AND FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ। ৰাজনৈতিক পৰিক্ৰমা:  ১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান। ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব হিচাবে কাৰ্যনিৰ্বাহ। ১৯৯৬ চনত ৫১ নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়। ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত।  ২০০২ চনত তৰুণ গগৈৰ মন্ত্রী সভাত কৃষিকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ

অখিল গগৈৰ জয়

Image
 এপলক উভতি - সম্ভৱতঃ ২০০০ চনৰ কথা । বিয়া হৈ সংসাৰী হ'বলৈ মুঠেই মন নকৰা , কিতাপৰ বাহিৰে বন্ধু নথকা ছোৱালীজনীৰ  যেনেতেনে মুখৰ পৰা কথাষাৰ ওলাল ।  ‌তাই বিয়া হ'ব । কাৰ লগত হ'ব -- সংগ্ৰাম কৰা ল'ৰা এটাৰ লগত হ'ব । ঘৰখনে অলপ সকাহ পালে । খবৰ দিলে আমালৈ " জোনৰ বিয়া আহিবি । একো গিফ্ট- চিফ্ট  নানিবি । তাই কিন্তু খুব গালি পাৰিব । আহিবি আৰু এনেয়ে । "      গ'লো । মনেমনে তাই মোক নেদেখাকৈ তাইৰ মুখখন চালোঁ । কেনেকুৱা হৈ আছে এইজনী ! সকলোৰে ভয় তাইলৈ । তাইক ক'ব নোৱাৰে কোনেও ভাল চাই আজি কাপোৰ এজোৰ পিন্ধি ল বুলি । অলংকাৰতো বাদেই । ( ২০০০ চনত আধুনিক বিয়াবোৰ ওলাল কিন্তু) । মই  " নতুন পদাতিক " আলোচনীৰ বাবে অখিলক জানি আছিলোঁ আগৰে পৰা  অলপ অলপকৈ । বিয়াত দিনতে দৰা আহিল । লগত  দৰাৰ মাক , বায়েককেইজনী আৰু কেইজনমান  বন্ধু আহিল । গেটত  কলপুলি আছিল নাই পাহৰিলো । আমাৰ পৰিয়ালত আকৌ বাই-ভনী কেইজনী গোটখালে বিয়ানাম, জোৰানাম ঠিক চলি থাকে । আমাৰ মন আছিল , দৰা-কইনাক এচাট দিবলৈ । পিছে অলপহে সুবিধা পালোঁ ।  সাধাৰণ  নিয়মমতে  মাকে ফোঁট এটা দিলে । বাকী বায়েকহঁতে পাটৰকাপোৰ দুজ

Sarabananda Sonowal l

Image
 ১৯৬১ চনৰ ৩১ অক্টোবৰ ডিব্ৰুগড়ৰ এখন ভিতৰুৱা গাঁও  বিন্ধাকটা মুলুকগাঁৱৰ জীৱেশ্বৰ সোণোৱাল আৰু দীনেশ্বৰী সোণোৱালৰ পৰিয়াললৈ আহিছিল এটি দেৱশিশু নাম তাৰ কুকৈ গাঁৱৰ বোকা-পানী গচকি, সমনীয়াৰ লগত উমলি-জামলি কুকৈ লাহে-লাহে ডাঙৰ হৈ আহিল এটি সাধাৰণ খেতিয়ক পৰিয়ালৰ সন্তান হিচাপে শৈশৱৰপৰাই কুকৈয়ে বুজি উঠিল পৰিয়ালৰ গধুৰ দায়িত্ব বান-গৰাখহনীয়াত আক্ৰান্ত, আৰ্থিক অভাৱে জুৰুলা কৰা পৰিয়ালটোক সকাহ দিবলৈ কুকৈৰ সংগ্রাম আৰম্ভ হৈছিল সেই তেতিয়াৰপৰাই ৩ কিমি. খালীভৰিৰে খোজকাঢ়ি গৈ কুকৈয়ে দিনজান বজাৰত আনকি বিক্ৰী কৰিছিল শাক-পাচলি জীৱনৰ ঘাত-প্ৰতিঘাতৰ মাজেৰেই এল পি স্কুল, হাইস্কুলৰ দেওনা পাৰ হৈ কুকৈ এদিন যুৱক হ'ল সেই যে সৰুতে পৰিয়ালৰ দায়িত্ববোৰ বুজি উঠিছিল, সেই দায়িত্ববোধে কুকৈৰ মনত জগাই তুলিছিল আই অসমীৰ প্ৰতি গভীৰ দায়িত্ববোধ তেতিয়া ১৯৮০ দশক, অসম আন্দোলনৰ ভৰপক সময় 'জয় আই অসম' ধ্বনিত উদ্বুদ্ধ হৈ কুকৈও হাজাৰ হাজাৰ সংগ্ৰামী জনতাৰ সৈতে জপিয়াই পৰিল আই অসমীৰ অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰামত ১৯৯০ দশকৰ আৰম্ভণিতে তেওঁ চমজি ল'লে আছুৰ সভাপতিৰ গুৰু দায়িত্ব জনতাৰ মৰমৰ মাজত কুকৈ ক্ৰমশঃ জনপ্ৰিয় হৈ পৰিল সৰ্বানন্দ সোণোৱাল হিচা

আইমী বৰুৱালৈ ৰাষ্ট্ৰীয় সন্মান

Image
  অসমৰ মহামাৰী কভিড পৰিস্থিতিৰ মাজতে আইমী বৰুৱাই ৰাজ্যবাসীলৈ সুখৰ খৱৰ কঢ়িয়াই আনিছে। অভিনেত্ৰী আইমী বৰুৱাক   তেগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ত প্ৰথম ডিমাচা ভাষাৰ চলচ্চিত্ৰ ' চেমখোৰ 'ৰ বাবে 'শ্ৰেষ্ঠ আখ্যান', 'শ্ৰেষ্ঠ মহিলা চলচ্চিত্ৰ' বঁটাৰে সম্বৰ্ধনা জনোৱা হয় আৰু লগতে  চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱাক 'শ্ৰেষ্ঠ আত্মপ্ৰকাশ চলচ্চিত্ৰ নিৰ্মাতা' হিচাপেও স্বীকৃতি প্ৰদান কৰা হয়। আইমী বৰুৱাই নায়িকাৰ চৰিত্ৰত অভিনয় কৰা ছবিখনত ডিমাচা জনজাতিৰ লোকসকলৰ জীৱনৰ ওপৰত নিৰ্মান কৰা হৈছিল।

ৰাজ্যৰ চাৰিগৰাকীকৈ শিল্পীৰ বিয়োগ

Image
 বিগত ২ অথবা ৩ টা দিনৰ ভিতৰতে অসমে হেৰুৱালে বহুকেইগৰাকী জনপ্ৰৰিয় শিল্পক । প্ৰৰাক্তন বিহু সম্ৰ মৌচুমী শইকীয়া । পেটৰ বিষত পৰি মৃত্যু । বিশিষ্ট সংগীত পৰিচালক বিজয়লখ্মী দাসৰ মৃত্যু । অনাতাঁৰ শিল্পী মনোৰঞ্জন গগৈৰ দুৰ্ঘটনাত মৃত্যু ।